Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Language -
অসমীয়া
  • English
Nation NE

Nation NE

আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পাকিস্তানৰ; আৱাসিক এলেকাত আক্ৰমণ

আফগানিস্তানক গাজালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পাকিস্তানৰ; আৱাসিক এলেকাত আক্ৰমণ

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাত মাজত হোৱা সংঘৰ্ষ এতিয়া দেশখনৰ ভিতৰুৱা অঞ্চললৈ বিয়পি গৈছে। ১৪ অক্টোবৰত নিশাৰ পৰাই পাকিস্তানী সেনাই...

আজৱ কাণ্ড! শিশুৰ ঔষধত ওলাল বিষাক্ত কীট, জিলা চিকিৎসালয়ৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

আজৱ কাণ্ড! শিশুৰ ঔষধত ওলাল বিষাক্ত কীট, জিলা চিকিৎসালয়ৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰৰ জিলা চিকিৎসালয়ত শিশুক দিয়া চিৰাপ সন্দৰ্ভত এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়খনত ব্যৱহৃত শিশুৰ এন্টিবায়টিক চিৰাপৰ বটলত কৃমি...

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ

ড’নাল্ড ট্ৰাম্পে ডাঙৰ দাবী, ক’লে- ‘ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিব নোৱাৰে’

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বিচৰা নাছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে এতিয়া তেওঁ এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে।...

ঢাকাত বৃহৎ দুৰ্ঘটনা, ৰাসায়নিক গুদামত ভয়ংকৰ অগ্নিকাণ্ড, ১৬ জনৰ প্ৰাণহানি

ঢাকাত বৃহৎ দুৰ্ঘটনা, ৰাসায়নিক গুদামত ভয়ংকৰ অগ্নিকাণ্ড, ১৬ জনৰ প্ৰাণহানি

বাংলাদেশৰ ৰাজধানী ঢাকাত ১৪ অক্টোবৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হয়। ৪ মহলীয়া কাপোৰৰ কাৰখানা...

আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক পাক সেনাৰ; কেইবাজনো লোকৰ মৃত্যুৰ খবৰ

আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক পাক সেনাৰ; কেইবাজনো লোকৰ মৃত্যুৰ খবৰ

বিগত কিছুদিন ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। ইয়াৰ মাজতে খবৰ প্ৰকাশ পাইছে যে বুধবাৰে পাকিস্তানে পুনৰবাৰ আফগানিস্তানত...

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

হিন্দু যুৱ ছাত্ৰৰ হুংকাৰ; ‘জুবিন গাৰ্গৰ ন্যায়ৰ নামত অসমক নেপাল সদৃশ কৰিব দিয়া নহ’ব’

‘অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালবৰ্গই ন্যায় পাব লাগিবই, কিন্তু ন্যায়ৰ নামত অসমক নেপাল সদৃশ পৰিৱেশ...

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ৫ অভিযুক্তৰ বিৰুদ্ধে ৰাইজৰ মনত ক্ষোভ, ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ৫ অভিযুক্তৰ বিৰুদ্ধে ৰাইজৰ মনত ক্ষোভ, ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি

চাৰিওফালে কেৱল মানুহ আৰু মানুহ। বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছে সিদ্ধাৰ্থ,-শ্যামকানুসহ ৫ অভিযুক্তক। ইতিমধ্যে কাৰাগাৰৰ সমুখত মোতায়েন কৰা হৈছিল...

নৱনিৰ্মিত বাক্সা জিলা কাৰাগাৰেই হ’ব শ্যামকানু-সিদ্ধাৰ্থৰ নতুন ঠিকনা

নৱনিৰ্মিত বাক্সা জিলা কাৰাগাৰেই হ’ব শ্যামকানু-সিদ্ধাৰ্থৰ নতুন ঠিকনা

বাক্সা জিলা কাৰাগাৰতে ৰখা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত ৫ অভিযুক্তক। বাক্সাৰ নিকাছিস্থিত কাৰাগাৰতে ৰখা হ'ব সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু...

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

কিমান সত্য জুবিন গাৰ্গৰ ভাইৰেল হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন? কি ক’লে SIT ৰ মুৰব্বীয়ে?

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে জুবিন গাৰ্গৰ ভুৱা মৰণোত্তৰ প্ৰতিবেদন।ইয়াৰ পিছতে সামাজিক মাধ্যমত উঠিছে তীব্ৰ খলকনি। অৱশ্যে এই বিষয়ত সাংবাদিকে...

Page 97 of 543 1 96 97 98 543

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist