• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বিহাৰৰ পৰা বলীউডলৈ : ১৩ বছৰ বয়সতে অপহৰণ হোৱা এগৰাকী নাৰীৰ কাহিনীৰে

Nation NE by Nation NE
July 21, 2024
in ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ পৰা বলীউডলৈ : ১৩ বছৰ বয়সতে অপহৰণ হোৱা এগৰাকী নাৰীৰ কাহিনীৰে

সীমা পৰিহাৰৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

মাত্ৰ ১৩ বছৰ বয়সতে হৈছিল অপহৰণ, তাৰপাছত পালেগৈ বিহাৰ। ১৬ বছৰ বয়সলৈকে বন্দুকো চলাবলৈ শিকিলে। নিজৰ সন্তানৰ বাবে কৰিলে আত্মসমৰ্পন, তাৰপাছত বলীউড, ৰাজনীতিৰ পৰা বিগ বছলৈ যাত্ৰা। এই কাহিনী হৈছে চম্বলপুৰৰ এগৰাকী বিৰাংগনাৰ কাহিনী।

চম্বল উপত্যকাত একাধিক ভয়ংকৰ ডকাইটিৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰে কিছুসংখ্যক মহিলাও আছিল। যাৰ নাম শুনিয়েই ইয়াৰ চাৰিওকাষৰ অঞ্চলত আতংকৰ সৃষ্টি হৈছিল। বলীউডেও চম্বলৰ এই ডকাইতিৰ ওপৰত ইতিমধ্যে বহুকেইখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।

ইয়াৰ ভিতৰত এখন হৈছে Wounded- The Bandit Queen, য’ত চম্বলৰ এইগৰাকী দস্যু সুন্দৰীয়ে নিজেই অভিনয় কৰিছিল। তেওঁ চম্বল উপত্যকাৰ দস্যুৰাণী ফুলনদেৱীৰ পাছত দ্বিতীয়গৰাকী মহিলা ডকাইত আছিল। তেওঁৰ এই কাহিনী আছিল একেবাৰে চলচ্চিত্ৰৰ কাহিনীৰ দৰে।

তেওঁৰ নাম হৈছে সীমা পৰিহাৰ। উত্তৰ প্ৰদেশৰ ঔৰৈয়া জিলাৰ ববাইন গাঁৱত শিৰোমণি সিঙৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। সকলো পিতৃৰ দৰে শিৰোমণি সিঙেও নিজৰ জীয়ৰীক পঢ়াই-শুনাই এগৰাকী ভাল মানুহ কৰিব বিচাৰিছিল। কিন্তু কয় নহয় মানুহে হাজাৰ চেষ্টা কৰিলেও নিজৰ ভাগ্যৰ সন্মুখত সকলো অসহায়। ঠিক তেনেকুৱাই হৈছিল সীমা পৰিহাৰৰ লগতো।

সীমা পৰিহাৰে ববাইন গাঁৱত নিজৰ পিতৃ-মাতৃ, চাৰি ভনী আৰু দুই ভাতৃৰ লগত সুখেৰে বাস কৰিছিল। কিন্তু নিয়তিৰ কি পৰিহাস! ১৩বছৰ বয়সতে তেওঁৰ জীৱনলৈ নামি আহিছিল গভীৰ অমানিশা। তেওঁক নিজৰ ঘৰৰ পৰাই এটি ডকাইতৰ দলে অপহৰণ কৰি নিয়ে। দলটোত এগৰাকী মহিলা ডকাইতো আছিল।

ডকাইত লালা ৰামৰ দলে সীমা পৰিহাৰক বিহাৰলৈ লৈ যায়। সীমাই বহুবাৰ ডকাইত দলৰ পৰা পলায়লৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ডকাইত লালা ৰামে নিজৰ দলৰ সদস্যক কৈ থৈছিল যে যদিহে সীমাই পলাই যোৱাৰ চেষ্টা চলাই লগে লগে যেন তেওঁক গুলীয়াই মাৰি পেলায়।

অৱশেষত সীমাই বিহাৰত থাকিবলৈ বাধ্য হয় আৰু ডকাইটিৰ কৌশল শিকিবলৈ লয়। ১৬ বছৰ বয়সতে সীমাই চম্বলৰ বিহাৰত বন্দুক চলাবলৈ শিকে। বহু সময়ত সীমাই ডকাইত দলৰ লগত লগ হৈ আৰক্ষীৰ সৈতেও যুদ্ধত লিপ্ত হয়।

লালা ৰামৰ সৈতে একেটা দলতে থকা ডকাইত নিৰ্ভয় গুঞ্জৰৰ সৈতে সীমাই বিবাহ পাশত আৱদ্ধ হয়। ১৯৯৯ চনত তেওঁ এটি ল’ৰা সন্তানৰ মাতৃ হয়। পুত্ৰৰ মাতৃ হোৱাৰ এমাহ পাছতেই আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লালা ৰামৰ মৃত্যু হয়।

ডকাইত লালা ৰামৰ মৃত্যুৰ পাছত সীমাই নিজৰ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। সীমাই প্ৰায় তিনি বছৰলৈকে ইতাৱাৰ জে’লত বন্দী হৈ থকাৰ পাছত জামিনত মুকলি হৈ নিজৰ পুত্ৰৰ সৈতে থাকিবলৈ লয়।

ইতাৱাৰ জে’লৰ পৰা মুক্ত হোৱাৰ পাছত সীমাই ৰাজনীতিতো নিজৰ ভাগ্য পৰীক্ষা কৰে। কিন্তু তাত তেওঁ সফল হ’ব নোৱাৰে। তাৰপাছত তেওঁ ২০১০ চনত “বিগ বছ”ত অংশগ্ৰহণ কৰে, য’ত তেওঁ নিজৰ প্ৰভাৱশালী ব্যক্তিত্বৰ দ্বাৰা সকলো দৰ্শকৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়।

২০১১ ৰ পৰা তেওঁ এগৰাকী সমাজকৰ্মী হিচাপে মানৱ সেৱা আগবঢ়াই আহিছে।

Tags: BiharChambalLady Don

Related Posts

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025
মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা
Top News

মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা

December 4, 2025

শীৰ্ষ সংবাদ

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025