• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বিহাৰৰ পৰা বলীউডলৈ : ১৩ বছৰ বয়সতে অপহৰণ হোৱা এগৰাকী নাৰীৰ কাহিনীৰে

Nation NE by Nation NE
July 21, 2024
in ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ পৰা বলীউডলৈ : ১৩ বছৰ বয়সতে অপহৰণ হোৱা এগৰাকী নাৰীৰ কাহিনীৰে

সীমা পৰিহাৰৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

মাত্ৰ ১৩ বছৰ বয়সতে হৈছিল অপহৰণ, তাৰপাছত পালেগৈ বিহাৰ। ১৬ বছৰ বয়সলৈকে বন্দুকো চলাবলৈ শিকিলে। নিজৰ সন্তানৰ বাবে কৰিলে আত্মসমৰ্পন, তাৰপাছত বলীউড, ৰাজনীতিৰ পৰা বিগ বছলৈ যাত্ৰা। এই কাহিনী হৈছে চম্বলপুৰৰ এগৰাকী বিৰাংগনাৰ কাহিনী।

চম্বল উপত্যকাত একাধিক ভয়ংকৰ ডকাইটিৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰে কিছুসংখ্যক মহিলাও আছিল। যাৰ নাম শুনিয়েই ইয়াৰ চাৰিওকাষৰ অঞ্চলত আতংকৰ সৃষ্টি হৈছিল। বলীউডেও চম্বলৰ এই ডকাইতিৰ ওপৰত ইতিমধ্যে বহুকেইখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।

ইয়াৰ ভিতৰত এখন হৈছে Wounded- The Bandit Queen, য’ত চম্বলৰ এইগৰাকী দস্যু সুন্দৰীয়ে নিজেই অভিনয় কৰিছিল। তেওঁ চম্বল উপত্যকাৰ দস্যুৰাণী ফুলনদেৱীৰ পাছত দ্বিতীয়গৰাকী মহিলা ডকাইত আছিল। তেওঁৰ এই কাহিনী আছিল একেবাৰে চলচ্চিত্ৰৰ কাহিনীৰ দৰে।

তেওঁৰ নাম হৈছে সীমা পৰিহাৰ। উত্তৰ প্ৰদেশৰ ঔৰৈয়া জিলাৰ ববাইন গাঁৱত শিৰোমণি সিঙৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। সকলো পিতৃৰ দৰে শিৰোমণি সিঙেও নিজৰ জীয়ৰীক পঢ়াই-শুনাই এগৰাকী ভাল মানুহ কৰিব বিচাৰিছিল। কিন্তু কয় নহয় মানুহে হাজাৰ চেষ্টা কৰিলেও নিজৰ ভাগ্যৰ সন্মুখত সকলো অসহায়। ঠিক তেনেকুৱাই হৈছিল সীমা পৰিহাৰৰ লগতো।

সীমা পৰিহাৰে ববাইন গাঁৱত নিজৰ পিতৃ-মাতৃ, চাৰি ভনী আৰু দুই ভাতৃৰ লগত সুখেৰে বাস কৰিছিল। কিন্তু নিয়তিৰ কি পৰিহাস! ১৩বছৰ বয়সতে তেওঁৰ জীৱনলৈ নামি আহিছিল গভীৰ অমানিশা। তেওঁক নিজৰ ঘৰৰ পৰাই এটি ডকাইতৰ দলে অপহৰণ কৰি নিয়ে। দলটোত এগৰাকী মহিলা ডকাইতো আছিল।

ডকাইত লালা ৰামৰ দলে সীমা পৰিহাৰক বিহাৰলৈ লৈ যায়। সীমাই বহুবাৰ ডকাইত দলৰ পৰা পলায়লৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ডকাইত লালা ৰামে নিজৰ দলৰ সদস্যক কৈ থৈছিল যে যদিহে সীমাই পলাই যোৱাৰ চেষ্টা চলাই লগে লগে যেন তেওঁক গুলীয়াই মাৰি পেলায়।

অৱশেষত সীমাই বিহাৰত থাকিবলৈ বাধ্য হয় আৰু ডকাইটিৰ কৌশল শিকিবলৈ লয়। ১৬ বছৰ বয়সতে সীমাই চম্বলৰ বিহাৰত বন্দুক চলাবলৈ শিকে। বহু সময়ত সীমাই ডকাইত দলৰ লগত লগ হৈ আৰক্ষীৰ সৈতেও যুদ্ধত লিপ্ত হয়।

লালা ৰামৰ সৈতে একেটা দলতে থকা ডকাইত নিৰ্ভয় গুঞ্জৰৰ সৈতে সীমাই বিবাহ পাশত আৱদ্ধ হয়। ১৯৯৯ চনত তেওঁ এটি ল’ৰা সন্তানৰ মাতৃ হয়। পুত্ৰৰ মাতৃ হোৱাৰ এমাহ পাছতেই আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লালা ৰামৰ মৃত্যু হয়।

ডকাইত লালা ৰামৰ মৃত্যুৰ পাছত সীমাই নিজৰ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। সীমাই প্ৰায় তিনি বছৰলৈকে ইতাৱাৰ জে’লত বন্দী হৈ থকাৰ পাছত জামিনত মুকলি হৈ নিজৰ পুত্ৰৰ সৈতে থাকিবলৈ লয়।

ইতাৱাৰ জে’লৰ পৰা মুক্ত হোৱাৰ পাছত সীমাই ৰাজনীতিতো নিজৰ ভাগ্য পৰীক্ষা কৰে। কিন্তু তাত তেওঁ সফল হ’ব নোৱাৰে। তাৰপাছত তেওঁ ২০১০ চনত “বিগ বছ”ত অংশগ্ৰহণ কৰে, য’ত তেওঁ নিজৰ প্ৰভাৱশালী ব্যক্তিত্বৰ দ্বাৰা সকলো দৰ্শকৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়।

২০১১ ৰ পৰা তেওঁ এগৰাকী সমাজকৰ্মী হিচাপে মানৱ সেৱা আগবঢ়াই আহিছে।

Tags: BiharChambalLady Don

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025